লাইনৰ বিল ঘৰতে বহি কেনেকৈ দিব?

আপোনাৰ লাইনৰ বিলখন অনলাইনত কেনেকৈ চাব?

লাইনৰ বিল ঘৰতে বহি কেনেকৈ দিব?

আপুনি যদি অসমৰ বাসিন্দা হয়, তেনেহলে আপোনালোকে আপোনাৰ ঘৰৰ বিলখন অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অফিছিয়েল ৱেবচাইটত গৈ চাব পাৰিব । আপোনাৰ ঘৰৰ বিলখন দিবলৈ তলত দিয়া প্ৰক্ৰিয়া কেইটা অনুসৰণ কৰক ।

  1. আপোনাৰ ঘৰৰ বিলখন চাবলৈ প্ৰথমে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অফিছিয়েল ৱেবচাইটলৈ যাওক বা ইয়াত ক্লিক কৰক ।
  2. তাৰ পিছত আপুনি VIEW ELECTRICITY BILL ত ক্লিক কৰি Consumer No ৰ ঠাইত আপোনাৰ পুৰণি বিলখনত থকা Consumer No টো বহাই দিয়ক ।

লাইনৰ বিল ঘৰতে বহি কেনেকৈ দিব?

লাইনৰ বিল অনলাইন দিব লাগিলে, প্ৰথমে আপোনাৰ এটি বেংক একাউণ্ট থাকিব লাগিব । আপোনাৰ যি বেংকত একাউণ্ট থাকে, আপুনি সেই বেংকৰ অফিছিয়েল এপ ব্যৱহাৰ কৰিও লাইনৰ বিল দিব পাৰিব।

যদি আপুনি আন কোনো এপ ব্যবহাৰ কৰে যেনেঃ PhonePe, Google Pay, Airtel Thanks App, Jio wallet, PayTm , তেন্তে তাৰ দ্বাৰাও আপুনি লাইনৰ বিল দিব পাৰিব।

যদি আপোনাকে এই পোষ্টতো পঢ়ি ভাল পাইছে, তেন্তে পোষ্টতো লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে তলত কমেণ্ট কৰি জনাওক ।

Share:

Share on facebook
Facebook
Share on twitter
Twitter
Share on pinterest
Pinterest
Jeet Kalita

Jeet Kalita

Hi, I am Jeet Kalita.
I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning

Leave a Reply

Social Media

Most Popular

Get The Latest Updates

Subscribe To Our Weekly Newsletter

No spam, notifications only about new products, updates.

Categories

On Key

Related Posts

4 Best Smartwatch under 5000

If you are looking for an android smartwatch under Rs 5000, you can check out the watches listed below. Realme Watch 3 Pro Realme Watch