IQOO Z3 5G স্মাৰ্টফোন সঁচাকৈ 5G হয়নে

 IQOO য়ে আজি 9 জুন 2021 তাৰিখে নতুনকৈ IQOO Z3 5G নামৰ এটা নতুন মোবাইল লন্স কৰিছে। ইয়াৰ আগতেও  IQOO কোম্পানীটোৱে তিনিটাকৈ মোবাইল IQOO7, IQOO7 Legend আৰু IQOO3 ভাৰতত লন্স কৰি আন মোবাইল কোম্পানীসমূহক যথেষ্ট পৰিমাণে প্ৰতিযোগিতাত হৰুৱাইছে। এইয়া লাগে দামৰ ফালৰ পৰাই হওঁক বা Specs ৰ পৰাই হওঁক। গতিকে এই কোম্পানীটোৱে লন্স কৰা নতুন মোবাইলটোৰ সকলো কথা জানো আহঁক।

IQOO Z3 5G স্মাৰ্টফোন সঁচাকৈ 5G হয়নে

IQOO Z3 5G Specs

IQOO Z3 5G ৰ গোটে বডিটো প’লিকাৰ্বনেটেৰে তৈয়াৰী। যাৰ ফলত ইয়াৰ দাম বহুখিনি কমি গৈছে। ইয়াত থকা Qualcomm® Snapdragon™ 768G য়ে মোবাইল ফোনটোক এটা Gaming ফোনলৈ আপগ্ৰেড কৰিছে। এই প্ৰচেছৰটো যদিও নতুন, কিন্তু IQOO য়ে এই প্ৰচেছৰটোক ইমান ভালদৰে অপটিমাইজ কৰিছে ষে ইয়াক হাই চেটিংছত খেলিব পৰাকৈ দিয়া হৈছে ।  

এই মোবাইলটোৰ দুটা ভেৰিয়েণ্ট আছে। এটা হৈছে 6GB+128GB আৰু 8GB+256GB ৰ। ইয়াত 4400mAh ৰ এটা ডাঙৰ বেটাৰী আছে । 

এই মোবাইলটোৰ সাধাৰণ কথাখিনি তলত দিয়া হৈছে এবাৰ চাই লব পাৰে।

Amazon India ৰ পৰা এই মোবাইলটো কিনিবলৈ তলত দিয়া বুটনটোত ক্লিক কৰক ।

Basic Overview
Processor Qualcomm® Snapdragon™ 768G 5G
RAM 6GB/8GB
ROM 128GB/256GB
Battery 4400mAh
Screen size 16.70cm
Operating system Funtouch OS 11.1 Global based on Android 11
 
এই মোবাইলটোৰ display খন প্ৰায় 16.70cm ডাঙৰ আৰু এইখন এখন FHD+ IPS display হয়। এই মোবাইলটোৰ display খনৰ Resolution 2408*1080 । 
ইয়াৰ কেমেৰাৰ কথা কবলৈ গলে ইয়াৰ পিছৰফালে ৩ টা কেমেৰা আছে । মেইন কেমেৰাটো 64MP, দ্বিতীয়টো কেমেৰা 8MP, আৰু তৃতীয়টো কেমেৰা 2MP । এই মোবাইলটোৰ সন্মুখৰ ফালে এটা 16MP ৰ চেলফি কেমেৰা আছে । 

আহঁক জানি থওঁ- Email Marketing কি?

IQOO Z3 5G স্মাৰ্টফোন সঁচাকৈ 5G হয়নে

আচলতে এই কথাটো নিৰ্ভৰ কৰিব ভাৰতত আহিবলগীয়া 5G নেটৱৰ্ক বেণ্ডৰ ওপৰত । এই বেণ্ডৰ কথা এতিয়াও যিহেতু সঠিক হোৱা নাই, গতিকে এটা স্মাৰ্টফোনত বেছি 5G নেটৱৰ্কৰ বেণ্ড থকাটো আপোনাৰ বাবে বেছি সুবিধাজনক । কিন্তু এই মোবাইলটোত মাত্ৰ ২ টা 5G নেটৱৰ্ক n77/n78 বেণ্ডহে উপলব্ধ আছে। গতিকে, এতিয়াতে এইটো কথা কোৱা কঠিন যে এইটো মোবাইলত ভৱিষ্যতে 5G চাপোৰ্ট কৰিব নে নাই ।
যদি আপোনাৰ মনত কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক তলত কমেণ্ট কৰি জনাব পাৰে ।

Share:

Share on facebook
Facebook
Share on twitter
Twitter
Share on pinterest
Pinterest
Jeet Kalita

Jeet Kalita

Hi, I am Jeet Kalita.
I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning

Leave a Reply

Social Media

Most Popular

Get The Latest Updates

Subscribe To Our Weekly Newsletter

No spam, notifications only about new products, updates.

Categories

On Key

Related Posts

4 Best Smartwatch under 5000

If you are looking for an android smartwatch under Rs 5000, you can check out the watches listed below. Realme Watch 3 Pro Realme Watch