Keyword Research মানে কি

 কণ্টেট ৰাইটিংক SEO friendly কৰাত সহায় কৰা আন এক অস্ত্ৰ মানে টুল হৈছে Keyword Research । বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তা বহুত বেছি । কাৰণ Keyword Research নকৰাকৈ কোনো এটা ব্লগ পোষ্ট ৰেংকলৈ নিয়া প্ৰায় অসম্ভব।  গতিকে আমি ব্লগ পোষ্ট লিখাৰ আগত সেই বিষয়টোৰ ওপৰত অলপ অধ্যয়ন কৰিব লাগে। 

Keyword Research মানে কি

Keyword Research মানে কি?

Keyword Research মানে হল শব্দৰ ওপৰত কৰা অধ্যয়ন । অৰ্থাৎ সেইবিলাক শব্দৰ অধ্যয়ন যিবিলাক Google search engine ত সঘনাই চাৰ্ছ কৰা হয় আৰু যিবিলাক শব্দৰ ব্যবহাৰে আমি লিখা ব্লগ পোষ্ট ৰেংকলৈ নিয়াত সহায় কৰে ।

Keyword Research কেনেকৈ কৰে?

বহু বছৰ আগতে Keyword Research কৰাটো বৰ কঠিন কাম আছিল । ইয়াৰোপৰি সেইসময়ত এইসকলো কৰাৰ বৰ এটা প্ৰয়োজন নাছিল কাৰণ সেইসময়ত এই ফিল্ডত ব্লগ পোষ্টৰ সংখ্যা কম আছিল । কিন্তু বৰ্তমান সময়ত এই ফিল্ডত কাম কৰাটো কঠিন । গতিকে, Keyword Research কৰাটো বৰ জৰুৰী। 
আজিকালি এনেকুৱা কিছুমান Keyword Research Tool আছে যাৰ সহায়ত পলকতে আমি কোনটো শব্দৰ কিমান চাৰ্ছ ভোলিউম আছে সেই কথা চাব পাৰো। এই টুলবিলাক সাধাৰণতে পইচা দি কিনিব লাগে । যেনে- Ahref, SEMrush, Keyword Tool, Ubersuggest ইত্যাদি ।
 কিন্তু ইণ্টাৰনেটত কিছুমান ফ্ৰী টুলো আছে, যাৰ সহায়ত এইবিলাক চাব পাৰি । কিন্তু সকলো শুদ্ধ তথ্য নিদিবও পাৰে অথবা কিছু সময়ৰ বাবেহে ফ্ৰী হয়।

Keyword Research Tools ৰ জানিবলগীয়া কথা

কীৱোৰ্ড ৰিছাৰ্ছ সাধাৰণভাৰে গুগলৰ দ্বাৰাও কৰিব পাৰি কিন্তু ইয়াৰ বাবে বহু সময়ৰ অপচয় হয় । অৱশ্যে এই টুলবিলাকৰ দাম সাধাৰণতে বহুত বেছি হয় । যদি কোনোবাই  Ahrefs ৰ Lite টুলতো কিনিবলৈ যায় তেনেহলে সি বা তাই প্ৰতিমাহে 99$ অৰ্থাৎ এমাহত প্ৰায় 7166.98 টকা দিব লাগিব । 
কিন্তু যদি তলত উল্লেখ কৰা লিংকৰ দ্বাৰা কোনোবাই কিনে তেতিয়াহলে মাত্ৰ 299 টকা মাহে দিব লাগিব । 
Buy Now Button

Free Keyword Research টেকনিক

যদি আপুনি বৰ্তমান কীৱোৰ্ড ৰিচাৰ্চ টুল কিনিব নোৱাৰে তেনেহলে আপুনি তলত উল্লেখ কৰা ষ্টেপ কেইটাৰ সহায়ত কীৱোৰ্ড ৰিচাৰ্ছ কৰিব পাৰে ।
  • আপুনি লিখিব বিচৰা টপিকটো গুগলত টাইপ কৰক । তলত অহা শব্দবোৰ নোট কৰি থওক ।
  • তাৰপিছত https://keywordshitter.com/ ৱেবচাইটলৈ গৈ আপোনাৰ কীৱোৰ্ডটো টাইপ কৰি Hit Keywords ত ক্লিক কৰক । ইয়াত মাত্ৰ শব্দবোৰহে পোৱা যাব । বা Google Keyword Planner ত কীৱোৰ্ডবোৰ টাইপ কৰি তাৰ চাৰ্ছ ভোলিউম চেক কৰিব পাৰিব ।
  • তাৰ পিছত Google Trend ত কীৱোৰ্ডটোৰ ট্ৰেণ্ড চেক কৰিব । 

যদি আপোনাৰ কিবা জানিবলগীয়া আছে তেনেহলে তলত কমেণ্ট কৰি জনাওক আৰু যদি পোষ্টটো পঢ়ি ভাল পাইছে তেন্তে পোষ্টটো বন্ধু-বান্ধবীৰ লগত শ্বেয়াৰ কৰক ।

Share:

Share on facebook
Facebook
Share on twitter
Twitter
Share on pinterest
Pinterest
Jeet Kalita

Jeet Kalita

Hi, I am Jeet Kalita.
I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning

This Post Has One Comment

Leave a Reply

Social Media

Most Popular

Get The Latest Updates

Subscribe To Our Weekly Newsletter

No spam, notifications only about new products, updates.

Categories

On Key

Related Posts

4 Best Smartwatch under 5000

If you are looking for an android smartwatch under Rs 5000, you can check out the watches listed below. Realme Watch 3 Pro Realme Watch